Skip to main content

Posts

Featured

কাইলৈৰ পৰা তুমি ভীষণ ব্যস্ত হৈ পৰিবা ।ব্যস্ত হৈ পৰিবা সুদুৰ ভৱিষ্যত মুখী স্বপ্নৰ এজনী বিলাসী প্ৰেমিকা হোৱাৰ দুর্বাৰ বাসনাত... কিছু আবেগময় নষ্টালজিয়া..

Latest Posts

কিমান যে ধুনীয়া তাই…! পদুমৰ পাপৰিত কৈয়ো কোমল, গোলাপৰ পাপৰিতকৈয়ো সুন্দৰ, জোনাকৰ পোহৰতকৈয়ো স্নিগ্ধ, চাই থাকিলে যেন হেঁপাহ নপলায়....

যুক্তিতকৈ অধিক আৱেগ আছিলে বাবেই আমি দুয়ো অতদিনে প্ৰেমিক হৈ আছিলো আৱেগ কমি আহিছে যুক্তি বাঢ়ি গৈছে সেইবাবে টুটি আহিছে আমাৰ মাজৰ ভালপোৱা

কাৰোবাক ভালপালে মনৰ পৰা পাব লাগে। আৱেগৰ পৰা নহয়। কাৰণ আৱেগৰ ভালপোৱা এদিন বিবেকৰ ওচৰত হাৰি যাব কিন্তু মনৰ ভালপোৱা চিৰদিন একেই থাকিব।

ভালপোৱা কাক কয় মই নাজানোঁ এই যে তোক ভালপাও সেয়া হয়তো ভালপোৱা নহ’বও পাৰে তথাপি..মোৰ অপূৰ্ণতাখিনিৰ বাবে প্ৰয়োজন হয় তোৰ সান্নিধ্য