August 24, 2018 কিমান যে ধুনীয়া তাই…! পদুমৰ পাপৰিত কৈয়ো কোমল, গোলাপৰ পাপৰিতকৈয়ো সুন্দৰ, জোনাকৰ পোহৰতকৈয়ো স্নিগ্ধ, চাই থাকিলে যেন হেঁপাহ নপলায়....
August 24, 2018 যুক্তিতকৈ অধিক আৱেগ আছিলে বাবেই আমি দুয়ো অতদিনে প্ৰেমিক হৈ আছিলো আৱেগ কমি আহিছে যুক্তি বাঢ়ি গৈছে সেইবাবে টুটি আহিছে আমাৰ মাজৰ ভালপোৱা
Comments
Post a Comment